ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
ಉದಾಹರಣೆ : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
ಸಮಾನಾರ್ಥಕ : ফলমূল
ಅರ್ಥ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
ಉದಾಹರಣೆ : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
ಸಮಾನಾರ್ಥಕ : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল
ಅರ್ಥ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
ಉದಾಹರಣೆ : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
ಸಮಾನಾರ್ಥಕ : প্ৰতিফল
ಸ್ಥಾಪನೆ