ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰিষ্কাৰ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰিষ্কাৰ কৰা   ক্ৰিয়া

ಅರ್ಥ : ধুই, মোহাৰি, মাজি উজ্জ্বল বা পৰিষ্কাৰ কৰা

ಉದಾಹರಣೆ : চাকৰণীয়ে বাচন চাফা কৰি আছে

ಸಮಾನಾರ್ಥಕ : উজ্জ্বল কৰা, চাফা কৰা, নিকা কৰা, স্বচ্ছ কৰা

ಅರ್ಥ : শুদ্ধ কৰা

ಉದಾಹರಣೆ : শল্য উপকৰণবোৰক ধুবৰ বাবে পানীৰ শোধন কৰা হয়

ಸಮಾನಾರ್ಥಕ : শোধন কৰা

ಅರ್ಥ : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা

ಉದಾಹರಣೆ : খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়

ಸಮಾನಾರ್ಥಕ : নিষ্কাশন কৰা, ফিল্টাৰ কৰা, শোধন কৰা