ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাম কৰোতে কৰোতে দেহ-মনলৈ শিথিলতা অহা অৱস্থা
ಉದಾಹರಣೆ : পৰিশ্রমৰ ফল মিঠা
ಸಮಾನಾರ್ಥಕ : আয়াস, খাটনি, মেহনত, শ্রম
ಅರ್ಥ : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
ಉದಾಹರಣೆ : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
ಸಮಾನಾರ್ಥಕ : অধ্যৱসায়
ಸ್ಥಾಪನೆ