ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ಉದಾಹರಣೆ : তেওঁ ্ পকা আম খাই আছে
ಸಮಾನಾರ್ಥಕ : পকা
ಅರ್ಥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ಉದಾಹರಣೆ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
ಸಮಾನಾರ್ಥಕ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
ಅರ್ಥ : পূর্ণ বিকশিত
ಉದಾಹರಣೆ : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : প্রৌঢ়
ಅರ್ಥ : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
ಉದಾಹರಣೆ : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
ಸಮಾನಾರ್ಥಕ : অনুভবী
ಸ್ಥಾಪನೆ