ಅರ್ಥ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
ಉದಾಹರಣೆ :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
ಸಮಾನಾರ್ಥಕ : কক্ষ
ಅರ್ಥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
ಉದಾಹರಣೆ :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
ಸಮಾನಾರ್ಥಕ : মণ্ডল
ಅರ್ಥ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
ಉದಾಹರಣೆ :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
ಸಮಾನಾರ್ಥಕ : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা