ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন ব্যক্তিক ত্যাগ কৰা হৈছে
ಉದಾಹರಣೆ : ইয়াত পৰিত্যক্তসকলক আশ্রয় প্রদান কৰা হয়
ಅರ್ಥ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
ಉದಾಹರಣೆ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
ಸಮಾನಾರ್ಥಕ : উচিছষ্ট, এৰেহা
ಅರ್ಥ : এৰা অৱস্থা বা পৃথক কৰা
ಉದಾಹರಣೆ : তেওঁ নিজৰ পৰিত্যক্ত পত্নীক পুনৰ নিজৰ কৰি লʼলে
ಸ್ಥಾಪನೆ