ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৰম্পৰাবাদ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৰম্পৰাবাদ   বিশেষ্য

ಅರ್ಥ : বহুদিনৰ পৰা চলি অহা ৰীতি-নীতি মানি চলা কোনো বাদ বা সিদ্ধান্ত

ಉದಾಹರಣೆ : কেতিয়াবা কেতিয়াবা পৰম্পৰাবাদ উন্নতিৰ প্রধান অন্তৰায় হৈ পৰে

ಅರ್ಥ : আধুনিক বিচাৰবোধৰ তুলনাত ৰীতি-নীতি আৰু পৰম্পৰাক সমাজৰ বাবে অধিক হিতকৰ বুলি গণ্য কৰা এক মতবাদ

ಉದಾಹರಣೆ : আমাৰ ঘৰৰ সকলোৱে পৰম্পৰাবাদক মানি চলি আহিছে