ಅರ್ಥ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ
ಉದಾಹರಣೆ :
নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে
ಸಮಾನಾರ್ಥಕ : অনাত্মীয়
ಅರ್ಥ : যি আপোন নহয়
ಉದಾಹರಣೆ :
পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে
ಸಮಾನಾರ್ಥಕ : আনাত্মীয়