ಅರ್ಥ : হাড়-ভগা আদিত ৰাসায়নিক পদার্থৰ সৈতে মিলাই লেপি দিয়া পটী, যি খুউব টান
ಉದಾಹರಣೆ :
প্লাষ্টাৰৰ সহায়ত ভগা-চিগা অংগ জোৰা লগাব পাৰি
ಅರ್ಥ : দেৱাল আদিত লগোৱা চিমেণ্ট, আলতীয়া মাটি আদিৰ ডাঠ প্রলেপ
ಉದಾಹರಣೆ :
নতুন প্লাষ্টাৰ কৰিবৰ কাৰণে তেওঁ ঘৰৰ পুৰণা প্লাষ্টাৰবোৰ এৰুৱাই আছে