ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ಉದಾಹರಣೆ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
ಸಮಾನಾರ್ಥಕ : ঠগ, প্রবঞ্চক
ಅರ್ಥ : ঠগ-প্রৱঞ্চনা কৰোঁতা
ಉದಾಹರಣೆ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
ಸಮಾನಾರ್ಥಕ : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, বঞ্চক, ভণ্ড, শলাল
ಅರ್ಥ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ಉದಾಹರಣೆ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
ಸಮಾನಾರ್ಥಕ : ঠগ, ধূর্ত, প্রতাৰক, ্ছলনাকাৰী
ಸ್ಥಾಪನೆ