ಅರ್ಥ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
ಉದಾಹರಣೆ :
যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
ಸಮಾನಾರ್ಥಕ : কামত লগোৱা, ব্যৱহাৰ
ಅರ್ಥ : কোনো কথা জানিবৰ কাৰণে বা বুজিবৰ কাৰণে অথবা পৰীক্ষা, অনুসন্ধান আদিৰ ৰূপত হোৱা কোনো কার্য ্বা সাধন
ಉದಾಹರಣೆ :
আমি প্রয়োগ কৰিবৰ কাৰণে গৱেষণাগাৰলৈ গʼলোঁ