ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন পুৰুষে প্রেম কৰে
ಉದಾಹರಣೆ : মীতাই প্রেমিকৰ লগত পলাই গʼল
ಸಮಾನಾರ್ಥಕ : দয়িত, প্রণয়াস্পদ, প্রেমপাত্র, প্রেমাস্পদ, প্রেমিক, প্রেমী, প্রেয়
ಅರ್ಥ : ৰুচিৰ অনুকূল বা ভাল লগা
ಉದಾಹರಣೆ : এইয়া মোৰ পচন্দৰ খাদ্য
ಸಮಾನಾರ್ಥಕ : পচন্দৰ, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত, ৰুচিকৰ
ಅರ್ಥ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ಉದಾಹರಣೆ : এইখন মোৰ অতি প্রিয় গ্রন্থ
ಸಮಾನಾರ್ಥಕ : অভিৰুচি, পছন্দ, ভাল লগা, ৰুচি
ಸ್ಥಾಪನೆ