ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
ಉದಾಹರಣೆ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
ಸಮಾನಾರ್ಥಕ : অট্টালিকা, ইমাৰত, কাৰেং, দালান, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
ಅರ್ಥ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
ಉದಾಹರಣೆ : ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
ಸಮಾನಾರ್ಥಕ : অট্টালিকা
ಸ್ಥಾಪನೆ