ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দীঘল আৰু বহল সমতল ভূমি
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
ಸಮಾನಾರ್ಥಕ : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
ಅರ್ಥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ಉದಾಹರಣೆ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
ಸಮಾನಾರ್ಥಕ : দেশ, প্রদেশ, ৰাজ্য
ಅರ್ಥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ಉದಾಹರಣೆ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ಸಮಾನಾರ್ಥಕ : কাণ, কাষ, কিনাৰ, মূৰ
ಸ್ಥಾಪನೆ