ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোৱা আৰু লিখাত ব্যৱহাৰ কৰা একধৰণৰ প্রাচীন ভাষা
ಉದಾಹರಣೆ : কিছুমান লোকে হিন্দীৰ উৎপত্তি প্রাকৃতৰ পৰা হোৱা বুলি অভিমত প্রকাশ কৰিছে
ಸಮಾನಾರ್ಥಕ : প্রাকৃত ভাষা
ಅರ್ಥ : স্বভাৱতে বা নিজে নিজে হোৱা
ಉದಾಹರಣೆ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া
ಸಮಾನಾರ್ಥಕ : অকৃত্রিম, নৈসর্গিক, প্রাকৃতিক, সহজ, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক
ಸ್ಥಾಪನೆ