ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
ಅರ್ಥ : যাৰ ইচ্ছা বা বাসনা পূৰ হৈছে
ಉದಾಹರಣೆ : মই আপোনাৰ দর্শন ্ লাভ কৰি তৃপ্ত হʼলো
ಸಮಾನಾರ್ಥಕ : তুষ্ট, তৃপ্ত, পৰিতুষ্ট, পৰিতৃপ্ত, সন্তুষ্ট
ಸ್ಥಾಪನೆ