ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
ಉದಾಹರಣೆ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
ಸಮಾನಾರ್ಥಕ : ধাৰ, ধাৰা
ಅರ್ಥ : বৈ যোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ಸಮಾನಾರ್ಥಕ : ধাৰা, বেগ, সোঁত
ಅರ್ಥ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
ಉದಾಹರಣೆ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
ಸಮಾನಾರ್ಥಕ : ধাৰা
ಸ್ಥಾಪನೆ