ಅರ್ಥ : যিজন মন্ত্রীয়ে কোনো দেশ বা ৰাজ্যৰ সকলো মন্ত্রীক নেতৃত্ব প্রদান কৰে
ಉದಾಹರಣೆ :
জৱাহৰলাল নেহৰু আমাৰ দেশৰ প্রথম প্রধানমন্ত্রী আছিল
ಸಮಾನಾರ್ಥಕ : প্রধানমন্ত্রী
ಅರ್ಥ : কোনো সভা, সংস্থা আদিৰ প্রধান হিচাপে গণ্য কৰা মন্ত্রী
ಉದಾಹರಣೆ :
আজি এই সংস্থাটোৰ পদাধিকাৰী নির্বাচন কৰা হʼল যʼত দীনদয়ালদেৱ প্রধানমন্ত্রী নি্র্বাচিত হৈছে
ಸಮಾನಾರ್ಥಕ : প্রধান মন্ত্রী, প্রধানমন্ত্রী