ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ প্রধান শিক্ষক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

প্রধান শিক্ষক   বিশেষ্য

ಅರ್ಥ : প্রধান শিক্ষকৰ পদবী

ಉದಾಹರಣೆ : মই প্রধান শিক্ষকৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ গৈ আছো

ಸಮಾನಾರ್ಥಕ : প্রধান আচার্য, ্হেড মাষ্টৰ

ಅರ್ಥ : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে

ಉದಾಹರಣೆ : অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে

ಸಮಾನಾರ್ಥಕ : অধ্যক্ষ

ಅರ್ಥ : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক

ಉದಾಹರಣೆ : গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল

ಸಮಾನಾರ್ಥಕ : প্রধান অধ্যাপক, প্রধান আচার্য, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ

ಅರ್ಥ : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান

ಉದಾಹರಣೆ : পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক

ಸಮಾನಾರ್ಥಕ : প্রধান অধ্যাপক, প্রধান আচার্য, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ