ಅರ್ಥ : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
ಉದಾಹರಣೆ :
পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
ಸಮಾನಾರ್ಥಕ : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
ಅರ್ಥ : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
ಉದಾಹರಣೆ :
প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
ಸಮಾನಾರ್ಥಕ : অপেক্ষিত