ಅರ್ಥ : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি
ಉದಾಹರಣೆ :
নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
ಅರ್ಥ : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি
ಉದಾಹರಣೆ :
কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে