ಅರ್ಥ : পিছৰ ফালে জোৰা লগোৱা, ওপৰ বা বাহিৰৰ পৰা আনি মিলোৱা
ಉದಾಹರಣೆ :
তুকাৰামৰ গাথাত কিছুমান প্রক্ষিপ্ত ৰচনা আছে
ಅರ್ಥ : যাৰ প্রক্ষেপণ কৰা হৈছে
ಉದಾಹರಣೆ :
প্রক্ষেপিত উপগ্রহটোৰ পৰা এতিয়া সংকেত পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : প্রক্ষেপিত