ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
ಅರ್ಥ : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
ಉದಾಹರಣೆ : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
ಸಮಾನಾರ್ಥಕ : নি্সর্গ
ಅರ್ಥ : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
ಉದಾಹರಣೆ : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
ಸಮಾನಾರ್ಥಕ : নি্সর্গ, ্বাহ্যজগত
ಅರ್ಥ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
ಉದಾಹರಣೆ : তেওঁ ্ লাজুক স্বভাৱৰ
ಸಮಾನಾರ್ಥಕ : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
ಸ್ಥಾಪನೆ