ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পোৱালি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পোৱালি   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ পুত্র বা কন্যা

ಉದಾಹರಣೆ : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

ಸಮಾನಾರ್ಥಕ : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

ಅರ್ಥ : কোনো পশুৰ সন্তান

ಉದಾಹರಣೆ : যিকোনো পশুৰেই পোৱালি বৰ ধুনীয়া হয়

ಸಮಾನಾರ್ಥಕ : শাৱক

ಅರ್ಥ : কোনো জীৱ-জন্তুৰ পোৱালি

ಉದಾಹರಣೆ : কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে

ಅರ್ಥ : ঘোঁৰাৰ মতা পোৱালি

ಉದಾಹರಣೆ : ঘোঁৰাজনীয়ে পোৱালিটোক চেলকি আছে

ಸಮಾನಾರ್ಥಕ : ঘোঁৰা পোৱালি

ಅರ್ಥ : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি

ಉದಾಹರಣೆ : কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল

ಸಮಾನಾರ್ಥಕ : ছাগলী পোৱালি

ಅರ್ಥ : কুকুৰৰ পোৱালি

ಉದಾಹರಣೆ : কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে

ಸಮಾನಾರ್ಥಕ : কুকুৰ-পোৱালি, পোৱালি কুকুৰ