ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পোৱা   বিশেষ্য

ಅರ್ಥ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

ಉದಾಹರಣೆ : ইয়াৰ ওজন এপোৱা

ಸಮಾನಾರ್ಥಕ : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

ಅರ್ಥ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

ಉದಾಹರಣೆ : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

ಅರ್ಥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ಉದಾಹರಣೆ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

ಸಮಾನಾರ್ಥಕ : লাভ কৰা

ಅರ್ಥ : সুখ, দুখ আদি সহা কার্য

ಉದಾಹರಣೆ : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

ಸಮಾನಾರ್ಥಕ : ভোগা

ಅರ್ಥ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ಉದಾಹರಣೆ : মই ৰামৰ পৰা এশ টকা পালোঁ

ಸಮಾನಾರ್ಥಕ : লাভ কৰা

ಅರ್ಥ : উপল্্ব্ধ হোৱা

ಉದಾಹರಣೆ : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

ಸಮಾನಾರ್ಥಕ : পোৱা যায়

ಅರ್ಥ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

ಉದಾಹರಣೆ : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

ಅರ್ಥ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

ಉದಾಹರಣೆ : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

ಸಮಾನಾರ್ಥಕ : উপনীত হোৱা

ಅರ್ಥ : প্রাপ্ত হোৱা বা পোৱা কার্য

ಉದಾಹರಣೆ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

ಸಮಾನಾರ್ಥಕ : প্রাপ্তি ঘটা, লাভ কৰা

ಅರ್ಥ : পৰি থকা বস্তু উঠোৱা

ಉದಾಹರಣೆ : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

ಅರ್ಥ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

ಉದಾಹರಣೆ : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

ಸಮಾನಾರ್ಥಕ : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

ಅರ್ಥ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ಉದಾಹರಣೆ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

ಸಮಾನಾರ್ಥಕ : আহি পোৱা, লাভ কৰা

ಅರ್ಥ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ಉದಾಹರಣೆ : অশোকে কলিংগত জয় লাভ কৰিছিল

ಸಮಾನಾರ್ಥಕ : প্রাপ্ত কৰা, লাভ কৰা

ಅರ್ಥ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অহা, আগমন কৰা, উপস্থিত হোৱা

ಅರ್ಥ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

ಉದಾಹರಣೆ : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

ಸಮಾನಾರ್ಥಕ : উপনীত হোৱা

ಅರ್ಥ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

ಉದಾಹರಣೆ : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

ಅರ್ಥ : পায় যোৱা

ಉದಾಹರಣೆ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

ಸಮಾನಾರ್ಥಕ : লাভ কৰা

পোৱা   বিশেষণ

ಅರ್ಥ : চাৰিভাগৰ এক অংশ

ಉದಾಹರಣೆ : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

ಅರ್ಥ : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

ಉದಾಹರಣೆ : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

ಸಮಾನಾರ್ಥಕ : উপার্জিত, প্রাপ্ত, হস্তগত

ಅರ್ಥ : নিৰ্দিষ্ট স্থানত উপনীত কৰা

ಉದಾಹರಣೆ : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে