ಅರ್ಥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
ಉದಾಹರಣೆ :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
ಸಮಾನಾರ್ಥಕ : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
ಅರ್ಥ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
ಉದಾಹರಣೆ :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
ಸಮಾನಾರ್ಥಕ : চমচমোৱা
ಅರ್ಥ : জ্বলন বা পোৰণ অনুভব কৰা
ಉದಾಹರಣೆ :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে