ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য
ಉದಾಹರಣೆ : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে
ಸಮಾನಾರ್ಥಕ : পূৰোৱা, ভর্তি কৰা, ভৰোৱা
ಅರ್ಥ : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
ಉದಾಹರಣೆ : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
ಸಮಾನಾರ್ಥಕ : পুতি থকা
ಅರ್ಥ : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
ಉದಾಹರಣೆ : ইছলাম ধর্মত শৱ ্পোতা হয়
ಸ್ಥಾಪನೆ