ಅರ್ಥ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
ಉದಾಹರಣೆ :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
ಅರ್ಥ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
ಉದಾಹರಣೆ :
তেওঁ বংশগত ্ৰোগত ভুগিছে
ಸಮಾನಾರ್ಥಕ : আনুবংশিক, বংশগত, বংশানুক্রমিক
ಅರ್ಥ : পিতা সম্বন্ধীয়
ಉದಾಹರಣೆ :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ