ಅರ್ಥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ಉದಾಹರಣೆ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ಸಮಾನಾರ್ಥಕ : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
ಅರ್ಥ : কোনো বস্তু তললৈ পেলোৱা কার্য
ಉದಾಹರಣೆ :
লʼৰাটোৱে গাখীৰখিনি
ಅರ್ಥ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ಉದಾಹರಣೆ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
ಸಮಾನಾರ್ಥಕ : পেলোৱা