ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুত খাব পৰা ব্যক্তি
ಉದಾಹರಣೆ : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
ಸಮಾನಾರ್ಥಕ : খাইকহ, জীয়াভূত, ৰাক্ষহ
ಅರ್ಥ : ডাঙৰ পেটযুক্ত
ಉದಾಹರಣೆ : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে
ಅರ್ಥ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
ಉದಾಹರಣೆ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
ಸಮಾನಾರ್ಥಕ : অতিভোজী, ঔদৰিক, খকুৱা
ಸ್ಥಾಪನೆ