ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৃথিৱী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৃথিৱী   বিশেষ্য

ಅರ್ಥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ಉದಾಹರಣೆ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ಸಮಾನಾರ್ಥಕ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

ಅರ್ಥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ಉದಾಹರಣೆ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

ಸಮಾನಾರ್ಥಕ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ಅರ್ಥ : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি

ಉದಾಹರಣೆ : তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে

ಸಮಾನಾರ್ಥಕ : দুনিয়া

ಅರ್ಥ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী

ಉದಾಹರಣೆ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে

ಸಮಾನಾರ್ಥಕ : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা