ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পৃথক হোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পৃথক হোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ কংগ্রেছৰ পৰা ওলাল

ಸಮಾನಾರ್ಥಕ : ওলোৱা

ಅರ್ಥ : কোনো অংশত পৃথক পৃথক হোৱা

ಉದಾಹರಣೆ : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

ಸಮಾನಾರ್ಥಕ : বিভক্ত হোৱা

ಅರ್ಥ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ಉದಾಹರಣೆ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

ಸಮಾನಾರ್ಥಕ : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

ಅರ್ಥ : * সম্বন্ধ আদি নাইকিয়া হোৱা

ಉದಾಹರಣೆ : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

ಸಮಾನಾರ್ಥಕ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা