ಅರ್ಥ : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
ಉದಾಹರಣೆ :
পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
ಸಮಾನಾರ್ಥಕ : উপৰিপুৰুষ, পূর্বপুৰুষ
ಅರ್ಥ : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
ಉದಾಹರಣೆ :
ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
ಸಮಾನಾರ್ಥಕ : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ