ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পুৰুষ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পুৰুষ   বিশেষ্য

ಅರ್ಥ : মানৱ জাতিৰ মতা

ಉದಾಹರಣೆ : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

ಸಮಾನಾರ್ಥಕ : মতা, মতা মানুহ, মুনিহ, মৰদ

ಅರ್ಥ : ব্যাকৰণত সর্ব ্নামৰ যি ভেদৰ দ্বাৰা সর্ব- নামৰ প্রয়োগ বক্তাৰ বাবে হৈছে নে শ্রোতাৰ বাবে হৈছে বা আন কোনো তৃতীয়জনৰ বাবে হৈছে জানিব পাৰি

ಉದಾಹರಣೆ : ব্যাকৰণৰ মতে পুৰুষ তিনি প্রকাৰৰ

ಅರ್ಥ : বংশ পৰম্পৰাত কাৰোবাৰ পিতা, ককা, আজোককা আদি বা পুত্র, নাতি, পৰিনাতি আদিৰ বিচাৰেৰে কৰা গণনা-ক্রমৰ কোনো স্থান

ಉದಾಹರಣೆ : তিনি পুৰুষৰ পিছত আমাৰ ঘৰত কোনো কন্যা সন্তানৰ জন্ম হʼল