ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
ಉದಾಹರಣೆ : শিশুৱে পুতলা লৈ খেলি আছে
ಸಮಾನಾರ್ಥಕ : পুতলি, পুত্তলিকা
ಅರ್ಥ : খেলাৰ কাৰণে বনোৱা বস্তু
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে
ಸಮಾನಾರ್ಥಕ : ক্রীড়নক, খেলনা
ಅರ್ಥ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ಉದಾಹರಣೆ : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
ಸಮಾನಾರ್ಥಕ : খেলনা
ಅರ್ಥ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ಉದಾಹರಣೆ : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
ಸಮಾನಾರ್ಥಕ : পুত্তলিকা
ಸ್ಥಾಪನೆ