ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
ಉದಾಹರಣೆ : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
ಅರ್ಥ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
ಉದಾಹರಣೆ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
ಸಮಾನಾರ್ಥಕ : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
ಅರ್ಥ : যিটো শুভ বা ভাল হয়
ಉದಾಹರಣೆ : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
ಸಮಾನಾರ್ಥಕ : মাংগলিক, শুভ
ಅರ್ಥ : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
ಉದಾಹರಣೆ : কাশী এখন পৱিত্র ঠাই
ಸಮಾನಾರ್ಥಕ : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
ಸ್ಥಾಪನೆ