ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নাৰীৰ স্তনদেশ
ಉದಾಹರಣೆ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
ಸಮಾನಾರ್ಥಕ : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন
ಅರ್ಥ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
ಉದಾಹರಣೆ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
ಸಮಾನಾರ್ಥಕ : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
ಅರ್ಥ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো
ಉದಾಹರಣೆ : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল
ಸಮಾನಾರ್ಥಕ : পয়োধৰ, স্তন
ಅರ್ಥ : পানী খোৱাৰ ইচ্ছা
ಉದಾಹರಣೆ : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা
ಸ್ಥಾಪನೆ