ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পিতৃক কৰা সম্বোধন
ಉದಾಹರಣೆ : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
ಸಮಾನಾರ್ಥಕ : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতাই, পিতাদেউ, ববাই, বাপ, বাবা, বোপাই
ಅರ್ಥ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
ಉದಾಹರಣೆ : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
ಸಮಾನಾರ್ಥಕ : জনক, জন্ম-দাতা, জন্মদাতা
ಅರ್ಥ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
ಉದಾಹರಣೆ : মোৰ দেউতা এজন অধ্যাপক
ಸಮಾನಾರ್ಥಕ : আব্বা, আব্বাজান, জনক, দেউতা, পিতাই, পিতৃ, বাবা
ಸ್ಥಾಪನೆ