ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু খুন্দি গুৰি কৰা কার্য
ಉದಾಹರಣೆ : পিচাৰ কাৰণে ৰাখি থোৱা শস্যবোৰ বৰষুণত তিতিল
ಅರ್ಥ : কোনো বস্তুক পিহি গুড়ি কৰা
ಉದಾಹರಣೆ : তেওঁ ঘেঁহু পিচি আছে
ಸಮಾನಾರ್ಥಕ : পিহা
ಅರ್ಥ : কুটা বা পিচি গুৰি কৰা কাৰ্য
ಉದಾಹರಣೆ : মছলা পিচা হʼল
ಸಮಾನಾರ್ಥಕ : গুৰি কৰা, বটা
ಅರ್ಥ : পানীৰ সহায়েৰে মোহাৰি মিহি কৰা
ಉದಾಹರಣೆ : তেওঁ শিলত মছলা পিচিছে
ಸಮಾನಾರ್ಥಕ : বটা
ಸ್ಥಾಪನೆ