ಅರ್ಥ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
ಉದಾಹರಣೆ :
লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
ಸಮಾನಾರ್ಥಕ : দল
ಅರ್ಥ : পৰস্পৰে লগ লাগি থকা কোনো বস্তুৰ সমান সমান খণ্ডৰ প্রত্যেকটো, যি ্ হেঁচ্া পৰিলে ভাগ হৈ যায়
ಉದಾಹರಣೆ :
ৰহৰ, বুটমাহ আদিত দুটা পাহি থাকে
ಸಮಾನಾರ್ಥಕ : বীজপত্রী