ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ চক্রান্তত পৰা কার্য
ಉದಾಹರಣೆ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
ಸಮಾನಾರ್ಥಕ : ফন্দি, ফান্দ
ಅರ್ಥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ಉದಾಹರಣೆ : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
ಸಮಾನಾರ್ಥಕ : কপাট
ಅರ್ಥ : তর্জুৰ ্পাল্লা
ಉದಾಹರಣೆ : তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
ಸಮಾನಾರ್ಥಕ : পালা
ಸ್ಥಾಪನೆ