ಅರ್ಥ : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
ಉದಾಹರಣೆ :
তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
ಸಮಾನಾರ್ಥಕ : মানি চলা
ಅರ್ಥ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : পালা, পোহ-পাল দিয়া, পোহা
ಅರ್ಥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
ಉದಾಹರಣೆ :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
ಸಮಾನಾರ್ಥಕ : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
ಅರ್ಥ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
ಉದಾಹರಣೆ :
সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
ಸಮಾನಾರ್ಥಕ : প্রতিপালন কৰা, লালন-পালন কৰা