ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পাল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পাল   বিশেষ্য

ಅರ್ಥ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ಉದಾಹರಣೆ : এতিয়া ৰামৰ পাল

ಸಮಾನಾರ್ಥಕ : নম্বৰ, বাৰ

ಅರ್ಥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ಉದಾಹರಣೆ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

ಸಮಾನಾರ್ಥಕ : জাক, সমুদায়, সমূহ

ಅರ್ಥ : কোনো শাৰী বা ক্রমৰ আগত বা পিছত অহা সুযোগ

ಉದಾಹರಣೆ : শিৱৰাত্রিৰ দিনা শিৱ মন্দিৰ ্দর্শনৰ ্কাৰণে আধাঘণ্টা থিয় হৈ থকাৰ সময়ত মোৰ পাল আহিল

ಅರ್ಥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ಉದಾಹರಣೆ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ಸಮಾನಾರ್ಥಕ : গণ, গোট, জাক, জুম, দʼম, দল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ಅರ್ಥ : বতাহক সন্তুলিত কৰিবলৈ নাৱৰ মাস্তুলত বান্ধি দিয়া দীঘল-চাৰিচুকীয়া কাপোৰ বিশেষ

ಉದಾಹರಣೆ : হঠাৎ ধুমুহা অহাত নাৱৰ দুর্বল ্ পালখন ফালিল

ಸಮಾನಾರ್ಥಕ : নাৱৰ পাল

ಅರ್ಥ : কোনো এক নির্দিষ্ট সময় যʼত এজন কর্ম্্চাৰী বা কর্ম্্চাৰীৰ দল আহি কল-কাৰখানা আদিত কাম কৰে

ಉದಾಹರಣೆ : ৰামদেৱৰ আজিৰ ৰাতিৰ পাল আৰম্ভ হৈ গʼল