ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পার্টী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পার্টী   বিশেষ্য

ಅರ್ಥ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল

ಉದಾಹರಣೆ : ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে

ಸಮಾನಾರ್ಥಕ : ৰাজনৈতিক দল

ಅರ್ಥ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ಉದಾಹರಣೆ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

ಸಮಾನಾರ್ಥಕ : দল, পক্ষ

ಅರ್ಥ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

ಉದಾಹರಣೆ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

ಸಮಾನಾರ್ಥಕ : পক্ষ

ಅರ್ಥ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ಉದಾಹರಣೆ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

ಸಮಾನಾರ್ಥಕ : দল, মণ্ডলী, সংঘ, সঙ্ঘ

ಅರ್ಥ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ಉದಾಹರಣೆ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

ಸಮಾನಾರ್ಥಕ : দল