ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত কোনো দোষ নাথাকে
ಉದಾಹರಣೆ : মই আজিলৈকে কোনো সম্পূর্ণৰূপে নির্দোষ ব্যক্তি লগ পোৱা নাই
ಸಮಾನಾರ್ಥಕ : কলংকহীন, দোষহীন, নির্দোষ, নিষ্কলংক, পাপশূণ্য
ಅರ್ಥ : যি পাপ কৰা নাই
ಉದಾಹರಣೆ : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
ಸಮಾನಾರ್ಥಕ : নিষ্পাপ, নিৰপৰাধী, পাপৰহিত
ಸ್ಥಾಪನೆ