ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পাতল হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : চিফনৰ কাপোৰ মিহি হয়
ಸಮಾನಾರ್ಥಕ : মিহি
ಅರ್ಥ : যʼত পানীৰ পৰিমাণ বেছি আছে
ಉದಾಹರಣೆ : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
ಸಮಾನಾರ್ಥಕ : পাতলা
ಅರ್ಥ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
ಉದಾಹರಣೆ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
ಸಮಾನಾರ್ಥಕ : সহজ
ಅರ್ಥ : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
ಉದಾಹರಣೆ : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
ಸಮಾನಾರ್ಥಕ : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
ಅರ್ಥ : যাৰ স্থূলতা বা ব্যাস কম
ಉದಾಹರಣೆ : এই কাপোৰখন বৰ পাতল
ಸ್ಥಾಪನೆ