ಅರ್ಥ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
ಉದಾಹರಣೆ :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
ಸಮಾನಾರ್ಥಕ : পাট্টা
ಅರ್ಥ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
ಉದಾಹರಣೆ :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
ಸಮಾನಾರ್ಥಕ : পৃষ্ঠা
ಅರ್ಥ : কাগজৰ সমান পাতল ধাতুৰ পাত
ಉದಾಹರಣೆ :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
ಸಮಾನಾರ್ಥಕ : পত্র