ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ಉದಾಹರಣೆ : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
ಅರ್ಥ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ಉದಾಹರಣೆ : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : পীৰা
ಅರ್ಥ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
ಉದಾಹರಣೆ : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
ಸಮಾನಾರ್ಥಕ : চিল্ক, ৰেচম, ৰেছম
ಸ್ಥಾಪನೆ