ಅರ್ಥ : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
ಉದಾಹರಣೆ :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
ಸಮಾನಾರ್ಥಕ : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
ಅರ್ಥ : পাঞ্জাৱৰ অধিবাসী
ಉದಾಹರಣೆ :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
ಸಮಾನಾರ್ಥಕ : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
ಅರ್ಥ : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
ಅರ್ಥ : পঞ্জাৱত থকা বা বসতি কৰা
ಉದಾಹರಣೆ :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
ಅರ್ಥ : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
ಉದಾಹರಣೆ :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ