ಅರ್ಥ : বেমাৰী পশুৰ চিকিৎসা কৰা কার্য
ಉದಾಹರಣೆ :
এই গাঁওখনৰ লোকে পশু-চিকিৎসাৰ কাৰণে নিজৰ পোহনীয়া পশুবোৰলৈ চহৰলৈ যাবলগীয়া হয়
ಸಮಾನಾರ್ಥಕ : পশুচিকিৎসা
ಅರ್ಥ : পশু-চিকিৎসাৰ বা পশু-চিকিৎসা সম্বন্ধীয়
ಉದಾಹರಣೆ :
পশু-চিকিৎসা বিষয়াই গাওঁ্বাসীক কিছুমান নতুন পশু ৰোগৰ পৰা পশুবোৰক বচোৱাৰ উপায় দিলে
ಸಮಾನಾರ್ಥಕ : পশু-চিকিৎসকীয়